(Go: >> BACK << -|- >> HOME <<)

সমললৈ যাওক

১৪ জানুৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

১৪ জানুৱাৰী (ইংৰাজী: 14 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৪ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫১টা দিন (অধিবৰ্ষত ৩৫২টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজী[সম্পাদনা কৰক]

জন্ম[সম্পাদনা কৰক]

  • ১৮৭৫ - এলবাৰ্ট স্কোৱেটজাৰ, নোবেল বিজয়ী জাৰ্মানীৰ প্ৰখ্যাত চিকিৎসাবিদ।
  • ১৯০৫ - দুৰ্গা খোটে, ভাৰতীয় অভিনেত্ৰী।
  • ১৯২৬ - মহাশ্বেতা দেৱী, ভাৰতীয় বাঙালী সাহিত্যিক আৰু মানৱাধিকাৰ আন্দোলনকৰ্মী। (মৃ.২৮/০৭/২০১৬)
  • ১৯২৯ - শ্যামল মিত্ৰ, ভাৰতীয় নেপথ্য কণ্ঠশিল্পী, সঙ্গীত পৰিচালক তথা চলচ্চিত্ৰ প্ৰযোজক।
  • ১৯৬৫ - সীমা বিশ্বাস, ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেত্ৰী।

মৃত্যু[সম্পাদনা কৰক]

দিৱস[সম্পাদনা কৰক]

  • বিশ্ব যুক্তিবিজ্ঞান দিৱস (আন্তৰ্জাতিক)।
  • পতাকা দিৱস (জাৰ্জিয়া)।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]