(Go: >> BACK << -|- >> HOME <<)

সমললৈ যাওক

উৰ্দু ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Favicon of Wikipedia উৰ্দু ৱিকিপিডিয়া
soft2i
ইউ আৰ এল ur.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা উৰ্দু es-us
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

উৰ্দু ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ উৰ্দু সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ২,০৬,২৫৯ প্ৰবন্ধ আছে।

পৰিসংখ্যা[সম্পাদনা কৰক]

২০২৪ চনত উৰ্দু ৱিকিপিডিয়াৰ ২,০৬,২৫৯টা প্ৰবন্ধ, ১,৮০,০০০ গৰাকী সম্পাদক, ৮ গৰাকী প্ৰশাসক আৰু ১৪,৩২৯টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৬২,২২,৪৩৭।[1]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

উৰ্দু ৱিকিপিডিয়া

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]