(Go: >> BACK << -|- >> HOME <<)

সমললৈ যাওক

সদস্য বাৰ্তা:Gitartha.bordoloi

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
ৱিকিউদ্ধৃতিৰ পৰা

চন্দন চিৰিং ফুকন সোঁৱৰণী ৱিকিউদ্ধৃতি সম্পাদনা মেলা[উৎস সম্পাদনা]

ৱিকিউদ্ধৃতি সংযোগ মেলা পদক

“আটাইতকৈ ডাঙৰ মহাসাগৰ হ’ল, চিয়াঁহীৰ মহাসাগৰ৷ মহাসাগৰত যেনেকৈ জাহাজ ঘূৰি ফুৰে, তেনেকৈ চিয়াঁহীৰ মহাসাগৰত ঘূৰি ফুৰে অসংখ্য কিতাপ৷”
 উইল ডুৰাণ্ট


প্ৰিয় ৱিকিসতীৰ্থ, চলিত বৰ্ষৰ ১ মে’ৰ পৰা ৩১ মে’লৈকে অসমীয়া ৱিকিউদ্ধৃতিত অনুষ্ঠিত হোৱা চন্দন চিৰিং ফুকন সোঁৱৰণী ৱিকিউদ্ধৃতি সম্পাদনা মেলাত ১৪ গৰাকী স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰি মুঠ ২৩৪ টা পৃষ্ঠাৰে অসমীয়া ৱিকিউদ্ধৃতিক সমৃদ্ধ কৰিছে৷

প্ৰিয় সুহৃদ, উক্ত উদ্ধৃতি সংযোগ মেলাত অংশ লৈ আপুনি নিৰলসভাৱে যি অমূল্য অৱদান আগবঢ়ালে তাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজ আপোনাৰ প্ৰতি চিৰকৃতজ্ঞ হৈ ৰ’ব৷

আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-
—অসমীয়া ৱিকিমিডিয়া সমাজ

𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) ০০:২১, ১ জুন ২০২৪ (IST)উত্তৰ দিয়ক