(Go: >> BACK << -|- >> HOME <<)

সমললৈ যাওক

মালালা ইউছুফজাই

ৱিকিউদ্ধৃতিৰ পৰা
প্ৰিণ্ট কৰাযোগ্য সংস্কৰণ এতিয়া আৰু সমৰ্থিত নহয় আৰু ৰেণ্ডাৰিং ত্ৰুটি থাকিব পাৰে। অনুগ্ৰহ কৰি আপোনাৰ ব্ৰাউজাৰৰ বুকমাৰ্কসমূহ আপডেট কৰক আৰু অনুগ্ৰহ কৰি ইয়াৰ পৰিৱৰ্তে ডিফ'ল্ট ব্ৰাউজাৰ প্ৰিণ্ট ফাংশ্যন ব্যৱহাৰ কৰক।
২০১৯ চনত মালালা

মালালা ইউছুফজাই (ইংৰাজী: Malala Yousafzai ; জন্ম: ১২ জুলাই ১৯৯৭) এগৰাকী পাকিস্তানী মানৱ অধিকাৰ আৰু শিক্ষাকৰ্মী। তেওঁ কৈলাশ সত্যৰ্থীৰ সৈতে যৌথভাৱে ২০১৪ চনৰ ন'বেল শান্তি বঁটাৰে সন্মানিত হৈছিল।

উদ্ধৃতি

শান্তিৰ ন'বেল বঁটাৰ বক্তৃতা (১০ ডিচেম্বৰ, ২০১৪)

২০১৪ চনৰ ১০ ডিচেম্বৰত নৰৱেৰ অছলোৰ চিটি হলত ন'বেল বঁটা প্ৰদান অনুষ্ঠানৰ সময়ত ন'বেল বক্তৃতা
  • শিক্ষা জীৱনৰ অন্যতম আশীৰ্বাদ — আৰু ইয়াৰ অন্যতম প্ৰয়োজনীয়তা।
  • কেতিয়াবা মানুহে মোক সুধিবলৈ ভাল পায় যে ছোৱালীবোৰ কিয় স্কুললৈ যাব লাগে, তেওঁলোকৰ বাবে কিয় ই গুৰুত্বপূৰ্ণ। কিন্তু মই ভাবো তাতোকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ’ল তেওঁলোকে কিয় নাযাব, কিয় তেওঁলোকৰ স্কুললৈ যোৱাৰ এই অধিকাৰ নাথাকিব।
  • মই এতিয়াও বুজি নাপাওঁ যে, মানুহে বিয়া কৰাব লাগে কিয়৷ যদি আপুনি এগৰাকী মানুহক জীৱন সংগী কৰিবলৈ বিচাৰে, তাৰ বাবে কিয় বিয়াৰ দলিলত চহী কৰিব লাগে, এয়া কিয় মাত্ৰ এটা বুজাবুজিৰ সম্পৰ্ক হ’ব নোৱাৰে?[১]

উৎস

  1. মালালা. আহৰণ কৰা হৈছে: 17 ফেব্ৰুৱাৰী 2024.

বাহ্যিক সংযোগ

:w:
:w: