(Go: >> BACK << -|- >> HOME <<)

সমললৈ যাওক

হিমন্ত বিশ্ব শৰ্মা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
21 নং শাৰী: 21 নং শাৰী:
| parliament2 =
| parliament2 =
| term_start2 = ২০১১
| term_start2 = ২০১১
| term_end2= ২০১৪
| term_end2=
| ethnicity = হিন্দু ব্ৰাহ্মণ
| ethnicity = হিন্দু ব্ৰাহ্মণ
| nationality = ভাৰতীয়
| nationality = ভাৰতীয়

07:44, 9 May 2021ৰ সংস্কৰণ

ড॰ হিমন্ত বিশ্ব শৰ্মা

অসমৰ মুখ্যমন্ত্ৰী
অসম বিধানসভাৰ সদস্য
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২০০১
পূৰ্বসূৰী ভৃগু ফুকন
সমষ্টি জালুকবাৰী
শিক্ষা, স্বাস্থ্য আৰু বিত্ত দপ্তৰৰ মন্ত্ৰী
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২৪ মে, ২০১৬
শিক্ষা আৰু স্বাস্থ্য দপ্তৰৰ মন্ত্ৰী
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২০১১
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী
কাৰ্যকাল
২০০৬ – ২০১১
বিত্ত, আৰু পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী
কাৰ্যকাল
১ ছেপ্তেম্বৰ ,২০০৪ – জুন, ২০০৬
কৃষি আৰু পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী
কাৰ্যকাল
৭ জুন, ২০০২ – ৩১ আগষ্ট, ২০০৪
ব্যক্তিগত তথ্য
জন্ম ০১ ফেব্ৰুৱাৰী, ১৯৬৯ (৫৫ বছৰ)
যোৰহাট, অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ (১৯৯৬-২০১৫) ভাৰতীয় জনতা পাৰ্টি (২০১৫-বৰ্তমান)
দাম্পত্যসঙ্গী ৰিণিকি ভূঞা শৰ্মা
সন্তান নন্দীল, সুকন্যা
পিতৃ-মাতৃ স্বৰ্গীয় কৈলাশ নাথ শৰ্মা (পিতৃ)
মৃনালিনী দেৱী (মাতৃ)
বাসস্থান গুৱাহাটী
শিক্ষানুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়
পেচা ৰাজনৈতিক নেতা
ৱেবছাইট www.himantabiswasarma.com

ড॰ হিমন্ত বিশ্ব শৰ্মা (ইংৰাজী: Dr Himanta Biswa Sarma; জন্ম ১ ফেব্ৰুৱাৰী, ১৯৬৯) এজন ভাৰতীয় ৰাজনৈতিক নেতা। তেওঁ অসম বিধানসভাৰ জালুকবাৰী সমষ্টিৰ পৰা ২০০১ চনৰ পৰা ২০১৫ চনলৈ ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ২০১৬ চনত ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক নিৰ্বাচিত হৈছে।[1] ভাৰতীয় জাতীয় কংগ্ৰেছৰ পূৰ্বৰ সদস্য, ড॰ শৰ্মা ২০১৫ চনৰ আগষ্ট মাহত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।[2]

শৰ্মা ডাঙৰীয়াই ২০১৬ চনৰ বিধানসভাৰ নিৰ্বাচন জিকে আৰু ২৪ মে, ২০১৬ ত কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেওঁৰ ৰাজনৈতিক দক্ষতাৰ স্বাীকৃতি হিচাপে বিজেপি নেতৃত্বয়ে তেওঁক নৱ গঠিত উত্তৰ-পূব গণতান্ত্ৰিক মৰ্চাৰ আহ্বায়ক ৰূপে নিযুক্তি দিয়ে। অঞ্চলটোৰ সৰ্বাংগীণ উন্নতিৰ লগতে উঃপূঃৰ ৰাজ্যসমূহ আৰু কেন্দ্ৰৰ সুসংযোগ স্থাপন কৰায়ে ইয়াৰ মূল উদ্দেশ্য।[3] ২০২১ চনৰপৰা পৰৱৰ্তী পাঁচবছৰৰ বাবে তেখেত অসমৰ মুখ্যমন্ত্ৰী ৰূপে নিৰ্বাচিত হয় ।

প্ৰাৰম্ভিক জীৱন

১৯৮৫ চনত কামৰূপ একাডেমীৰ পৰা মেট্ৰিক পাছ কৰাৰ পিছত শৰ্মাই উচ্চ শিক্ষাৰ বাবে কটন কলেজত নামভৰ্তি কৰে। তেওঁ ১৯৯১-৯২ত কটন কলেজ ছাত্ৰসন্থাৰ সাধাৰণ সম্পাদক আছিল। তেওঁ কটনৰ পৰা ৰাজনীতি বিজ্ঞানত ১৯৯০ চনত স্নাতক আৰু ১৯৯২ চনত স্নাতকোত্তৰ পৰীক্ষা পাছ কৰে। শৰ্মাই গুৱাহাটীৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেওঁ ১৯৯৬ৰ পৰা ২০০১ লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত অধিবক্তাৰূপে কৰ্ম জীৱন আৰম্ভ কৰিছিল। তেওঁ ৰিণিকি ভূঞাৰ লগত বিবাহ পাশত আৱদ্ধ হয় আৰু নন্দীল আৰু সুকন্যা তেওঁলোকৰ সন্তান।[4]

ৰাজনৈতিক জীৱন

অন্যান্য

ড॰ শৰ্মা অসম বেডমিণ্টন সন্থাৰ সভাপতি। প্ৰদীপ বুঢ়াগোহাঁই সম্পাদক হোৱাত তেওঁ ২০১৬ চনৰ জুন মাহত অসম ক্ৰিকেট সন্থাৰো সভাপতি হয়।[5][6][7][8] ২০০২ ৰ পৰা ২০১৬ লৈ তেওঁ ইয়াৰ উপ-সভাপতি আছিল।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ