(Go: >> BACK << -|- >> HOME <<)

সমললৈ যাওক

প্ৰণব মুখাৰ্জী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
পৃষ্ঠা প্ৰণব মুখাৰ্জিৰ পৰা প্ৰণব মুখাৰ্জীলৈ Psneogয়ে স্থানান্তৰ কৰিলে: এইটোহে শুদ্ধ বানান
No edit summary
59 নং শাৰী: 59 নং শাৰী:
১৯৬৯ চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সহায়ত কংগ্ৰেছদলৰ পৰা ৰাজ্যসভাৰ সদস্যপদলৈ নিৰ্বাচিত হোৱাৰ লগে লগে তেওঁৰ ৰাজনৈতীক জীৱন আৰম্ভ হয়। ১৯৭৫-৭৭ চনত [[ভাৰতৰ জৰুৰিকালীন অৱস্থা]]ৰ সময়ত কংগ্ৰেছৰ অন্যান্য নেতাৰ লগতে তেওঁৰ ওপৰতো ক্ষমতাৰ অতিমাত্ৰা অপব্যৱহাৰ কৰাৰ আৰোপ লগোৱা যায়। ১৯৮২-৮৪ চনত বিত্তমন্ত্ৰী পদেৰে তেওঁ প্ৰথমবাৰৰ বাবে মন্ত্ৰীত্ব পায়। ১৯৮০-৯৫ সময়চোৱাত তেওঁ ৰাজ্যসভাৰ নেতাও আছিল।

[[ৰাজীৱ গান্ধী]]ৰ প্ৰধানমন্ত্ৰীত্বৰ কালত মুখাৰ্জীক পাৰ্শ্ববৰ্তী কৰি ৰখা হয়। অসন্তুষ্ট মুখাৰ্জীয়ে কংগ্ৰেছ পৰিত্যাগ কৰি "ৰাষ্ট্ৰীয় সমাজবাদী কংগ্ৰেছ" বুলি নিজৰ দল খোলে। পাচত ১৯৮৯ চনত ইয়াক আকৌ কংগ্ৰেছৰ লগত সমন্বিত কৰা হয়। ১৯৯১ চনত প্ৰধানমন্ত্ৰী [[পি ভি নৰসিংহ ৰাও]]ৰ দিনত তেওঁক পৰিকল্পনা আয়োগৰ অধ্যক্ষ আৰু ১৯৯৫ চনত বিদেশ মন্ত্ৰীৰ পদত অধিষ্ঠিত কৰা হয়। পৰবৰ্তী কালত ১৯৯৮ চনত [[চোনীয়া গান্ধী]]ক কংগ্ৰেছ দলৰ অধ্যক্ষৰ পদানসীন কৰাত এজন বৰিষ্ঠ নেতা হিচাবে প্ৰণব মুখাৰ্জীয়ে প্ৰভূত ভুমিকা গ্ৰহণ কৰে।
[[ৰাজীৱ গান্ধী]]ৰ প্ৰধানমন্ত্ৰীত্বৰ কালত মুখাৰ্জীক পাৰ্শ্ববৰ্তী কৰি ৰখা হয়।

Mukherjee was sidelined from the Congress during the premiership of [[Rajiv Gandhi]], Indira's son. Mukherjee had viewed himself, and not the inexperienced Rajiv, as the rightful successor to Indira following [[Assassination of Indira Gandhi|her assassination]] in 1984. Mukherjee lost out in the ensuing power struggle. He formed his own party, the [[Rashtriya Samajwadi Congress]], which merged with the Congress in 1989 after reaching a compromise with Rajiv Gandhi. Mukherjee's political career revived when Prime Minister [[P. V. Narasimha Rao]] appointed him [[Planning Commission (India)|Planning Commission]] head in 1991 and [[Minister of External Affairs (India)|foreign minister]] in 1995. Following this, as elder statesman of the Congress, Mukherjee was the principal architect of [[Sonia Gandhi]]'s ascension to the [[President of the Indian National Congress|party's presidency]] in 1998.

When the Congress-led [[United Progressive Alliance]] (UPA) came into power in 2004, Mukherjee, never a mass leader, won a [[Lok Sabha]] (the popularly elected lower house of Parliament) seat for the first time. From then until his resignation in 2012, Mukherjee was practically number-two in Prime Minister [[Manmohan Singh]]'s government. He held a number of key cabinet portfolios—[[Minister of Defence (India)|Defence]] (2004–06), External Affairs (2006–09) and Finance (2009–12)—apart from heading several Groups of Ministers (GoMs) and being Leader of the House in the Lok Sabha. After securing the UPA's nomination for the country's presidency, in July 2012 Mukherjee comfortably defeated [[P. A. Sangma]] in the race to [[Rashtrapati Bhavan]], winning 70 percent of the [[Electoral College (India)|electoral-college]] vote.

14:46, 6 May 2014ৰ সংস্কৰণ

প্ৰণব মুখাৰ্জী
13th President of India
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
25 July 2012
প্ৰধানমন্ত্ৰী Manmohan Singh
উপ ৰাষ্ট্ৰপতি Mohammad Hamid Ansari
পূৰ্বসূৰী Pratibha Patil
Minister of Finance
কাৰ্যকাল
24 January 2009 – 26 June 2012
প্ৰধানমন্ত্ৰী Manmohan Singh
পূৰ্বসূৰী Manmohan Singh
উত্তৰসূৰী Manmohan Singh
কাৰ্যকাল
15 January 1982 – 31 December 1984
প্ৰধানমন্ত্ৰী Indira Gandhi
Rajiv Gandhi
পূৰ্বসূৰী R. Venkataraman
উত্তৰসূৰী V. P. Singh
Minister of External Affairs
কাৰ্যকাল
24 October 2006 – 23 May 2009
প্ৰধানমন্ত্ৰী Manmohan Singh
পূৰ্বসূৰী Manmohan Singh
উত্তৰসূৰী S. M. Krishna
কাৰ্যকাল
10 February 1995 – 16 May 1996
প্ৰধানমন্ত্ৰী P. V. Narasimha Rao
পূৰ্বসূৰী Dinesh Singh
উত্তৰসূৰী Atal Bihari Vajpayee
Minister of Defence
কাৰ্যকাল
22 May 2004 – 26 October 2006
প্ৰধানমন্ত্ৰী Manmohan Singh
পূৰ্বসূৰী George Fernandes
উত্তৰসূৰী A. K. Antony
Deputy Chairman of the Planning Commission
কাৰ্যকাল
24 June 1991 – 15 May 1996
প্ৰধানমন্ত্ৰী P. V. Narasimha Rao
পূৰ্বসূৰী Mohan Dharia
উত্তৰসূৰী Madhu Dandavate
ব্যক্তিগত তথ্য
জন্ম
প্ৰণব কুমাৰ মুখাৰ্জী

১১ ডিচেম্বৰ, ১৯৩৫ (৮৮ বছৰ)
Mirati, Bengal Presidency, British India
(now in West Bengal, India)
ৰাজনৈতিক দল Indian National Congress (1969–1986; 1989–2012)
Rashtriya Samajwadi Congress (1986–1989)
আন ৰাজনৈতিক
সম্পৰ্ক
United Front (1996–2004)
United Progressive Alliance (2004–present)
দাম্পত্যসঙ্গী Suvra Mukherjee (1957–present)
সন্তান Sharmistha, Abhijit, Indrajit
শিক্ষানুষ্ঠান University of Calcutta
Awards Padma Vibhushan (2008)
ৱেবছাইট Official Website

প্ৰণব কুমাৰ মুখাৰ্জী ({ইংৰাজী: Pranab Kumar Mukherjee {IPAc-en|audio=|p|r|ə|n|ə|b|_|k|ʊ|m|ɑ:|r|_|m|ʉ|k|h|ə|r|dʒ|iː}}; জন্ম ১১ ডিচেম্বৰ ১৯৩৫) জুলাই ২০১‌২ চনৰপৰা ভাৰতৰ ১৩শ আৰু বৰ্তমান (মে', ২০১৪) ৰাষ্ট্ৰপতি। ছয় দশক জোৰা ৰাজনৈতীক জীৱনেৰে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন প্ৰবীন ৰাজনেতা আছিল আৰু ভাৰতৰ কেইবাটাও মন্ত্ৰীদপ্তৰত কাৰ্য্যনিবাহ কৰিছিল। ২০১২ চনত ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ আগলৈকে ২০০৯ ৰপৰা ২০১২ লৈকে তেওঁ ভাৰতৰ বিত্তমন্ত্ৰী আছিল। তেওঁ কংগ্ৰেছৰ এজন মুখ্য সমন্বক (troubleshooter) আছিল।

১৯৬৯ চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সহায়ত কংগ্ৰেছদলৰ পৰা ৰাজ্যসভাৰ সদস্যপদলৈ নিৰ্বাচিত হোৱাৰ লগে লগে তেওঁৰ ৰাজনৈতীক জীৱন আৰম্ভ হয়। ১৯৭৫-৭৭ চনত ভাৰতৰ জৰুৰিকালীন অৱস্থাৰ সময়ত কংগ্ৰেছৰ অন্যান্য নেতাৰ লগতে তেওঁৰ ওপৰতো ক্ষমতাৰ অতিমাত্ৰা অপব্যৱহাৰ কৰাৰ আৰোপ লগোৱা যায়। ১৯৮২-৮৪ চনত বিত্তমন্ত্ৰী পদেৰে তেওঁ প্ৰথমবাৰৰ বাবে মন্ত্ৰীত্ব পায়। ১৯৮০-৯৫ সময়চোৱাত তেওঁ ৰাজ্যসভাৰ নেতাও আছিল।

ৰাজীৱ গান্ধীৰ প্ৰধানমন্ত্ৰীত্বৰ কালত মুখাৰ্জীক পাৰ্শ্ববৰ্তী কৰি ৰখা হয়। অসন্তুষ্ট মুখাৰ্জীয়ে কংগ্ৰেছ পৰিত্যাগ কৰি "ৰাষ্ট্ৰীয় সমাজবাদী কংগ্ৰেছ" বুলি নিজৰ দল খোলে। পাচত ১৯৮৯ চনত ইয়াক আকৌ কংগ্ৰেছৰ লগত সমন্বিত কৰা হয়। ১৯৯১ চনত প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ দিনত তেওঁক পৰিকল্পনা আয়োগৰ অধ্যক্ষ আৰু ১৯৯৫ চনত বিদেশ মন্ত্ৰীৰ পদত অধিষ্ঠিত কৰা হয়। পৰবৰ্তী কালত ১৯৯৮ চনত চোনীয়া গান্ধীক কংগ্ৰেছ দলৰ অধ্যক্ষৰ পদানসীন কৰাত এজন বৰিষ্ঠ নেতা হিচাবে প্ৰণব মুখাৰ্জীয়ে প্ৰভূত ভুমিকা গ্ৰহণ কৰে।

When the Congress-led United Progressive Alliance (UPA) came into power in 2004, Mukherjee, never a mass leader, won a Lok Sabha (the popularly elected lower house of Parliament) seat for the first time. From then until his resignation in 2012, Mukherjee was practically number-two in Prime Minister Manmohan Singh's government. He held a number of key cabinet portfolios—Defence (2004–06), External Affairs (2006–09) and Finance (2009–12)—apart from heading several Groups of Ministers (GoMs) and being Leader of the House in the Lok Sabha. After securing the UPA's nomination for the country's presidency, in July 2012 Mukherjee comfortably defeated P. A. Sangma in the race to Rashtrapati Bhavan, winning 70 percent of the electoral-college vote.