প্ৰণব মুখাৰ্জী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
No edit summary |
No edit summary |
||
57 নং শাৰী: | 57 নং শাৰী: | ||
'''প্ৰণব কুমাৰ মুখাৰ্জি''' ({{{lang-en|Pranab Kumar Mukherjee}} {IPAc-en|audio=|p|r|ə|n|ə|b|_|k|ʊ|m|ɑ:|r|_|m|ʉ|k|h|ə|r|dʒ|iː}}; জন্ম ১১ ডিচেম্বৰ ১৯৩৫) জুলাই ২০১২ চনৰপৰা ভাৰতৰ ১৩শ আৰু বৰ্তমান (মে', ২০১৪) ৰাষ্ট্ৰপতি। ছয় দশক জোৰা ৰাজনৈতীক জীৱনেৰে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন প্ৰবীন ৰাজনেতা আছিল আৰু ভাৰতৰ কেইবাটাও মন্ত্ৰীদপ্তৰত কাৰ্য্যনিবাহ কৰিছিল। ২০১২ চনত ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ আগলৈকে ২০০৯ ৰপৰা ২০১২ লৈকে তেওঁ ভাৰতৰ বিত্তমন্ত্ৰী আছিল। তেওঁ কংগ্ৰেছৰ এজন মুখ্য সমন্বক (troubleshooter) আছিল। |
'''প্ৰণব কুমাৰ মুখাৰ্জি''' ({{{lang-en|Pranab Kumar Mukherjee}} {IPAc-en|audio=|p|r|ə|n|ə|b|_|k|ʊ|m|ɑ:|r|_|m|ʉ|k|h|ə|r|dʒ|iː}}; জন্ম ১১ ডিচেম্বৰ ১৯৩৫) জুলাই ২০১২ চনৰপৰা ভাৰতৰ ১৩শ আৰু বৰ্তমান (মে', ২০১৪) ৰাষ্ট্ৰপতি। ছয় দশক জোৰা ৰাজনৈতীক জীৱনেৰে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন প্ৰবীন ৰাজনেতা আছিল আৰু ভাৰতৰ কেইবাটাও মন্ত্ৰীদপ্তৰত কাৰ্য্যনিবাহ কৰিছিল। ২০১২ চনত ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ আগলৈকে ২০০৯ ৰপৰা ২০১২ লৈকে তেওঁ ভাৰতৰ বিত্তমন্ত্ৰী আছিল। তেওঁ কংগ্ৰেছৰ এজন মুখ্য সমন্বক (troubleshooter) আছিল। |
||
১৯৬৯ চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সহায়ত কংগ্ৰেছদলৰ পৰা ৰাজ্যসভাৰ সদস্যপদলৈ নিৰ্বাচিত হোৱাৰ লগে লগে তেওঁৰ ৰাজনৈতীক জীৱন আৰম্ভ হয়। ১৯৭৫-৭৭ চনত [[ভাৰতৰ জৰুৰিকালীন অৱস্থা]]ৰ সময়ত কংগ্ৰেছৰ অন্যান্য নেতাৰ লগতে তেওঁৰ ওপৰতো ক্ষমতাৰ অতিমাত্ৰা অপব্যৱহাৰ কৰাৰ আৰোপ লগোৱা যায়। ১৯৪১-৪৪ চনত বিত্তমন্ত্ৰী পদেৰে তেওঁ প্ৰথমবাৰৰ বাবে মন্ত্ৰীত্ব পায়। ১৯৮০-৯৫ সময়চোৱাত তেওঁ ৰাজ্যসভাৰ নেতাও আছিল। |
|||
Mukherjee got his break in politics in 1969 when Prime Minister [[Indira Gandhi]] helped him get elected to the [[Rajya Sabha]], the upper house of [[Parliament of India|Parliament]], on a Congress ticket. Following a meteoric rise, he became one of Indira Gandhi's most trusted lieutenants, and a minister in her cabinet by 1973. During the controversial [[The Emergency (India)|Internal Emergency]] of 1975–77, he was accused (like several other Congress leaders) of committing gross excesses. Mukherjee's service in a number of ministerial capacities culminated in his first stint as finance minister in 1982–84. Mukherjee was also Leader of the House in the Rajya Sabha from 1980 to 1985. |
|||
Mukherjee was sidelined from the Congress during the premiership of [[Rajiv Gandhi]], Indira's son. Mukherjee had viewed himself, and not the inexperienced Rajiv, as the rightful successor to Indira following [[Assassination of Indira Gandhi|her assassination]] in 1984. Mukherjee lost out in the ensuing power struggle. He formed his own party, the [[Rashtriya Samajwadi Congress]], which merged with the Congress in 1989 after reaching a compromise with Rajiv Gandhi. Mukherjee's political career revived when Prime Minister [[P. V. Narasimha Rao]] appointed him [[Planning Commission (India)|Planning Commission]] head in 1991 and [[Minister of External Affairs (India)|foreign minister]] in 1995. Following this, as elder statesman of the Congress, Mukherjee was the principal architect of [[Sonia Gandhi]]'s ascension to the [[President of the Indian National Congress|party's presidency]] in 1998. |
Mukherjee was sidelined from the Congress during the premiership of [[Rajiv Gandhi]], Indira's son. Mukherjee had viewed himself, and not the inexperienced Rajiv, as the rightful successor to Indira following [[Assassination of Indira Gandhi|her assassination]] in 1984. Mukherjee lost out in the ensuing power struggle. He formed his own party, the [[Rashtriya Samajwadi Congress]], which merged with the Congress in 1989 after reaching a compromise with Rajiv Gandhi. Mukherjee's political career revived when Prime Minister [[P. V. Narasimha Rao]] appointed him [[Planning Commission (India)|Planning Commission]] head in 1991 and [[Minister of External Affairs (India)|foreign minister]] in 1995. Following this, as elder statesman of the Congress, Mukherjee was the principal architect of [[Sonia Gandhi]]'s ascension to the [[President of the Indian National Congress|party's presidency]] in 1998. |
09:53, 5 May 2014ৰ সংস্কৰণ
এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
এইটো এটা অনূদিত বা অনুবাদ চলি থকা প্ৰবন্ধ। ইয়াৰ তাৎপৰ্য্য কেইবাটাও হ'ব পাৰে। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
ওপৰত দিয়াৰ দৰে বিভিন্ন কাৰণত অনুবাদ প্ৰবন্ধ এটা দেখাত আপচু বা চুটি দেখা যাব পাৰে। লগতে প্ৰবন্ধত সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে। আধৰুৱা তথ্য ক্ষতিকাৰক হ'ব পাৰে। সেয়ে এনে প্ৰবন্ধ পঢ়োঁতে পঢ়ুৱৈক নিজৰ বিবেক ব্যৱহাৰ কৰি প্ৰয়োজন হ'লে আমাৰ ৱিকিপিডিয়াতে ক্ষান্ত নাথাকি মূল প্ৰবন্ধটোও বিচাৰি পঢ়ি ল'বলৈ অনুৰোধ কৰা হ'ল। লগতে অনুবাদকসকলকো সাবধান হ'বলৈ অনুৰোধ কৰা হ'ল। |
Pranab Mukherjee | |
---|---|
13th President of India | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ 25 July 2012 | |
প্ৰধানমন্ত্ৰী | Manmohan Singh |
উপ ৰাষ্ট্ৰপতি | Mohammad Hamid Ansari |
পূৰ্বসূৰী | Pratibha Patil |
Minister of Finance | |
কাৰ্যকাল 24 January 2009 – 26 June 2012 | |
প্ৰধানমন্ত্ৰী | Manmohan Singh |
পূৰ্বসূৰী | Manmohan Singh |
উত্তৰসূৰী | Manmohan Singh |
কাৰ্যকাল 15 January 1982 – 31 December 1984 | |
প্ৰধানমন্ত্ৰী | Indira Gandhi Rajiv Gandhi |
পূৰ্বসূৰী | R. Venkataraman |
উত্তৰসূৰী | V. P. Singh |
Minister of External Affairs | |
কাৰ্যকাল 24 October 2006 – 23 May 2009 | |
প্ৰধানমন্ত্ৰী | Manmohan Singh |
পূৰ্বসূৰী | Manmohan Singh |
উত্তৰসূৰী | S. M. Krishna |
কাৰ্যকাল 10 February 1995 – 16 May 1996 | |
প্ৰধানমন্ত্ৰী | P. V. Narasimha Rao |
পূৰ্বসূৰী | Dinesh Singh |
উত্তৰসূৰী | Atal Bihari Vajpayee |
Minister of Defence | |
কাৰ্যকাল 22 May 2004 – 26 October 2006 | |
প্ৰধানমন্ত্ৰী | Manmohan Singh |
পূৰ্বসূৰী | George Fernandes |
উত্তৰসূৰী | A. K. Antony |
Deputy Chairman of the Planning Commission | |
কাৰ্যকাল 24 June 1991 – 15 May 1996 | |
প্ৰধানমন্ত্ৰী | P. V. Narasimha Rao |
পূৰ্বসূৰী | Mohan Dharia |
উত্তৰসূৰী | Madhu Dandavate |
ব্যক্তিগত তথ্য | |
জন্ম | Pranab Kumar Mukherjee ১১ ডিচেম্বৰ, ১৯৩৫ (৮৮ বছৰ) Mirati, Bengal Presidency, British India (now in West Bengal, India) |
ৰাজনৈতিক দল | Indian National Congress (1969–1986; 1989–2012) Rashtriya Samajwadi Congress (1986–1989) |
আন ৰাজনৈতিক সম্পৰ্ক |
United Front (1996–2004) United Progressive Alliance (2004–present) |
দাম্পত্যসঙ্গী | Suvra Mukherjee (1957–present) |
সন্তান | Sharmistha, Abhijit, Indrajit |
শিক্ষানুষ্ঠান | University of Calcutta |
Awards | Padma Vibhushan (2008) |
ৱেবছাইট | Official Website |
প্ৰণব কুমাৰ মুখাৰ্জি ({ইংৰাজী: Pranab Kumar Mukherjee {IPAc-en|audio=|p|r|ə|n|ə|b|_|k|ʊ|m|ɑ:|r|_|m|ʉ|k|h|ə|r|dʒ|iː}}; জন্ম ১১ ডিচেম্বৰ ১৯৩৫) জুলাই ২০১২ চনৰপৰা ভাৰতৰ ১৩শ আৰু বৰ্তমান (মে', ২০১৪) ৰাষ্ট্ৰপতি। ছয় দশক জোৰা ৰাজনৈতীক জীৱনেৰে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন প্ৰবীন ৰাজনেতা আছিল আৰু ভাৰতৰ কেইবাটাও মন্ত্ৰীদপ্তৰত কাৰ্য্যনিবাহ কৰিছিল। ২০১২ চনত ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ আগলৈকে ২০০৯ ৰপৰা ২০১২ লৈকে তেওঁ ভাৰতৰ বিত্তমন্ত্ৰী আছিল। তেওঁ কংগ্ৰেছৰ এজন মুখ্য সমন্বক (troubleshooter) আছিল।
১৯৬৯ চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সহায়ত কংগ্ৰেছদলৰ পৰা ৰাজ্যসভাৰ সদস্যপদলৈ নিৰ্বাচিত হোৱাৰ লগে লগে তেওঁৰ ৰাজনৈতীক জীৱন আৰম্ভ হয়। ১৯৭৫-৭৭ চনত ভাৰতৰ জৰুৰিকালীন অৱস্থাৰ সময়ত কংগ্ৰেছৰ অন্যান্য নেতাৰ লগতে তেওঁৰ ওপৰতো ক্ষমতাৰ অতিমাত্ৰা অপব্যৱহাৰ কৰাৰ আৰোপ লগোৱা যায়। ১৯৪১-৪৪ চনত বিত্তমন্ত্ৰী পদেৰে তেওঁ প্ৰথমবাৰৰ বাবে মন্ত্ৰীত্ব পায়। ১৯৮০-৯৫ সময়চোৱাত তেওঁ ৰাজ্যসভাৰ নেতাও আছিল।
Mukherjee was sidelined from the Congress during the premiership of Rajiv Gandhi, Indira's son. Mukherjee had viewed himself, and not the inexperienced Rajiv, as the rightful successor to Indira following her assassination in 1984. Mukherjee lost out in the ensuing power struggle. He formed his own party, the Rashtriya Samajwadi Congress, which merged with the Congress in 1989 after reaching a compromise with Rajiv Gandhi. Mukherjee's political career revived when Prime Minister P. V. Narasimha Rao appointed him Planning Commission head in 1991 and foreign minister in 1995. Following this, as elder statesman of the Congress, Mukherjee was the principal architect of Sonia Gandhi's ascension to the party's presidency in 1998.
When the Congress-led United Progressive Alliance (UPA) came into power in 2004, Mukherjee, never a mass leader, won a Lok Sabha (the popularly elected lower house of Parliament) seat for the first time. From then until his resignation in 2012, Mukherjee was practically number-two in Prime Minister Manmohan Singh's government. He held a number of key cabinet portfolios—Defence (2004–06), External Affairs (2006–09) and Finance (2009–12)—apart from heading several Groups of Ministers (GoMs) and being Leader of the House in the Lok Sabha. After securing the UPA's nomination for the country's presidency, in July 2012 Mukherjee comfortably defeated P. A. Sangma in the race to Rashtrapati Bhavan, winning 70 percent of the electoral-college vote.