(Go: >> BACK << -|- >> HOME <<)

সমললৈ যাওক

কৃষ্ণগহ্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
 
(2জন সদস্যই কৰা 2টা মধ্যৱৰ্তী সংশোধন দেখুওৱা হোৱা নাই)
1 নং শাৰী: 1 নং শাৰী:
[[File:Black hole - Messier 87.jpg|thumb|260px|কৃষ্ণগহ্বৰৰ প্ৰথম খন আলোকচিত্ৰ। এই কৃষ্ণগহ্বৰ 'Messier 87' নামৰ তাৰকাপুঞ্জৰ কেন্দ্ৰত স্থিত হৈ। যাৰ ভৰ সূৰ্যত কে ৭০০ কোটি গুণ বেছি হৈ। এই আলোকচিত্ৰখন ১০ এপ্ৰিল, ২০১৯ চোনত উন্মোচন কৰা গৈছিল।]]
[[File:Black hole - Messier 87.jpg|thumb|260px|কৃষ্ণগহ্বৰৰ প্ৰথমখন আলোকচিত্ৰ: এই কৃষ্ণগহ্বৰ 'Messier 87' নামৰ তাৰকাপুঞ্জৰ কেন্দ্ৰত স্থিত হৈ। যাৰ ভৰ সূৰ্যত কে ৭০০ কোটি গুণ বেছি হৈ। এই আলোকচিত্ৰখন ১০ এপ্ৰিল ২০১৯ তাৰিখে উন্মোচন কৰা হৈছিল। ]]
[[File:BH LMC.png|thumb|upright=1.35|right|কম্প্যুটাৰ ছিম্যুলেশ্য়নৰ জৰিয়তে প্ৰাপ্ত কৃষ্ণগহ্বৰৰ ছবি (কেন্দ্ৰভাগ) in front of the [[Large Magellanic Cloud]]. Note the [[gravitational lens]]ing effect, which produces two enlarged but highly distorted views of the Cloud. Across the top, the [[Milky Way]] disk appears distorted into an arc.]]
[[File:BH LMC.png|thumb|upright=1.35|right|কম্পিউটাৰ চিমুলেশ্বনৰ জৰিয়তে প্ৰাপ্ত কৃষ্ণগহ্বৰৰ ছবি (কেন্দ্ৰভাগ) in front of the [[Large Magellanic Cloud]]. Note the [[gravitational lens]]ing effect, which produces two enlarged but highly distorted views of the Cloud. Across the top, the [[Milky Way]] disk appears distorted into an arc.]]
কৃষ্ণগহ্বৰ হৈছে [[মহাকাশ]]ৰ একো একোটা বিশেষ অঞ্চল, য'ৰ পৰা একোয়েই, আনকি পোহৰো; ওলাই যাব নোৱাৰে। [[সাধাৰণ আপেক্ষিকতাবাদ তত্ত্ব]] অনুসৰি পৰ্যাপ্তভাৱে গাঢ় (''compact'') বা অতি ঘনত্ব বিশিষ্ট ভৰপিণ্ডই কাল-স্থান ([http://en.wikipedia.org/wiki/Spacetime Spacetime]) স্থানাংক তন্ত্ৰৰ নিজস্ব বিশেষ স্থানত সৃষ্টি কৰা বিকৃতি(deformation)ৰ জৰিয়তে কৃষ্ণগহ্বৰ গঠন হ'ব পাৰে। কৃষ্ণগহ্বৰ একোটাৰ চৌপাশে গাণিতীয় ভাৱে সংজ্ঞাবদ্ধ "ইভেণ্ট্ হ'ৰাইজ'ন" [http://en.wikipedia.org/wiki/Event_horizon Event horizon] নামৰ এখনি পৃষ্ঠ আছে, আৰু এই পৃষ্ঠখনে "উভতিব নোৱাৰা বিন্দু" ''point of no return'' চিহ্নিত কৰে। তাপগতিবিজ্ঞানৰ 'নিখুঁত [[কৃষ্ণকায়]]' ৰ দৰে কৃষ্ণগহ্বৰে ইয়াৰ "হ'ৰাইজ'ন"ত আপতিত ক্ষুদ্ৰাংশও প্ৰতিফলিত নকৰাকৈ সকলো পোহৰ শোষণ কৰে, আৰু সেইবাবেই আৰু ইয়াক "কৃষ্ণ" নামকৰণ কৰা হৈছে। [[কোৱান্টাম বলবিজ্ঞান]]ৰ মতে কৃষ্ণগহ্বৰেও অশূণ্য উষ্ণতাত কৃষ্ণকায়ৰ দৰে শক্তি বিকিৰণ নিৰ্গত কৰিব পাৰে। এই উষ্ণতা কৃষ্ণগহ্বৰৰ ভৰৰ ব্যস্তানুপাতিক। সেইবাবেই, সূৰ্য্য়ৰ সমভৰৰ বা বেছিভৰযুক্ত তৰাৰ [[কৃষ্ণগহ্বৰ বিকিৰণ]] প্ৰত্যক্ষ কৰাটো জটিল কাৰ্য্য হৈ পৰে।
[[File:spacetime curvature.png|thumb|right|300px|কাল-স্থান বিকৃতিৰ দ্বি-মাত্ৰিক অনুৰূপতা. Matter changes the geometry of spacetime, this (curved) geometry being interpreted as [[gravity]]. White lines do not represent the curvature of space but instead represent the [[coordinate system]] imposed on the curved spacetime, which would be [[regular grid|rectilinear]] in a flat spacetime.]]
[[File:spacetime curvature.png|thumb|right|300px|কাল-স্থান বিকৃতিৰ দ্বি-মাত্ৰিক অনুৰূপতা. Matter changes the geometry of spacetime, this (curved) geometry being interpreted as [[gravity]]. White lines do not represent the curvature of space but instead represent the [[coordinate system]] imposed on the curved spacetime, which would be [[regular grid|rectilinear]] in a flat spacetime.]]


'''কৃষ্ণগহ্বৰ''' ({{Lang-en|Black hole}}) হৈছে [[মহাকাশ]]ৰ একো একোটা বিশেষ অঞ্চল, য'ৰ পৰা একোয়েই, আনকি পোহৰো; ওলাই যাব নোৱাৰে। [[সাধাৰণ আপেক্ষিকতাবাদ তত্ত্ব]] অনুসৰি পৰ্যাপ্তভাৱে গাঢ় (''compact'') বা অতি ঘনত্ব বিশিষ্ট ভৰপিণ্ডই কাল-স্থান ([http://en.wikipedia.org/wiki/Spacetime Spacetime]) স্থানাংক তন্ত্ৰৰ নিজস্ব বিশেষ স্থানত সৃষ্টি কৰা বিকৃতি(deformation)ৰ জৰিয়তে কৃষ্ণগহ্বৰ গঠন হ'ব পাৰে। কৃষ্ণগহ্বৰ একোটাৰ চৌপাশে গাণিতীয় ভাৱে সংজ্ঞাবদ্ধ "ইভেণ্ট্ হ'ৰাইজ'ন" [http://en.wikipedia.org/wiki/Event_horizon Event horizon] নামৰ এখনি পৃষ্ঠ আছে, আৰু এই পৃষ্ঠখনে "উভতিব নোৱাৰা বিন্দু" চিহ্নিত কৰে। তাপগতিবিজ্ঞানৰ 'নিখুঁত [[কৃষ্ণকায়]]' ৰ দৰে কৃষ্ণগহ্বৰে ইয়াৰ "হ'ৰাইজ'ন"ত আপতিত ক্ষুদ্ৰাংশও প্ৰতিফলিত নকৰাকৈ সকলো পোহৰ শোষণ কৰে, আৰু সেইবাবেই আৰু ইয়াক "কৃষ্ণ" নামকৰণ কৰা হৈছে। [[কোৱাণ্টাম বলবিজ্ঞান]]ৰ মতে কৃষ্ণগহ্বৰেও অশূন্য উষ্ণতাত কৃষ্ণকায়ৰ দৰে শক্তি বিকিৰণ নিৰ্গত কৰিব পাৰে। এই উষ্ণতা কৃষ্ণগহ্বৰৰ ভৰৰ ব্যস্তানুপাতিক। সেইবাবেই, সূৰ্য্য়ৰ সমভৰৰ বা বেছিভৰযুক্ত তৰাৰ [[কৃষ্ণগহ্বৰ বিকিৰণ]] প্ৰত্যক্ষ কৰাটো জটিল কাৰ্য্য হৈ পৰে।


{{Physics stub}}


{{-}}
{{Physics stub}}


[[শ্ৰেণী:জ্যোতিৰ্পদাৰ্থ বিজ্ঞান]]
[[শ্ৰেণী:জ্যোতিৰ্পদাৰ্থ বিজ্ঞান]]

04:22, 11 June 2020 অনুযায়ী বৰ্তমান সংস্কৰণ

কৃষ্ণগহ্বৰৰ প্ৰথমখন আলোকচিত্ৰ: এই কৃষ্ণগহ্বৰ 'Messier 87' নামৰ তাৰকাপুঞ্জৰ কেন্দ্ৰত স্থিত হৈ। যাৰ ভৰ সূৰ্যত কে ৭০০ কোটি গুণ বেছি হৈ। এই আলোকচিত্ৰখন ১০ এপ্ৰিল ২০১৯ তাৰিখে উন্মোচন কৰা হৈছিল।
কম্পিউটাৰ চিমুলেশ্বনৰ জৰিয়তে প্ৰাপ্ত কৃষ্ণগহ্বৰৰ ছবি (কেন্দ্ৰভাগ) in front of the Large Magellanic Cloud. Note the gravitational lensing effect, which produces two enlarged but highly distorted views of the Cloud. Across the top, the Milky Way disk appears distorted into an arc.
কাল-স্থান বিকৃতিৰ দ্বি-মাত্ৰিক অনুৰূপতা. Matter changes the geometry of spacetime, this (curved) geometry being interpreted as gravity. White lines do not represent the curvature of space but instead represent the coordinate system imposed on the curved spacetime, which would be rectilinear in a flat spacetime.

কৃষ্ণগহ্বৰ (ইংৰাজী: Black hole) হৈছে মহাকাশৰ একো একোটা বিশেষ অঞ্চল, য'ৰ পৰা একোয়েই, আনকি পোহৰো; ওলাই যাব নোৱাৰে। সাধাৰণ আপেক্ষিকতাবাদ তত্ত্ব অনুসৰি পৰ্যাপ্তভাৱে গাঢ় (compact) বা অতি ঘনত্ব বিশিষ্ট ভৰপিণ্ডই কাল-স্থান (Spacetime) স্থানাংক তন্ত্ৰৰ নিজস্ব বিশেষ স্থানত সৃষ্টি কৰা বিকৃতি(deformation)ৰ জৰিয়তে কৃষ্ণগহ্বৰ গঠন হ'ব পাৰে। কৃষ্ণগহ্বৰ একোটাৰ চৌপাশে গাণিতীয় ভাৱে সংজ্ঞাবদ্ধ "ইভেণ্ট্ হ'ৰাইজ'ন" Event horizon নামৰ এখনি পৃষ্ঠ আছে, আৰু এই পৃষ্ঠখনে "উভতিব নোৱাৰা বিন্দু" চিহ্নিত কৰে। তাপগতিবিজ্ঞানৰ 'নিখুঁত কৃষ্ণকায়' ৰ দৰে কৃষ্ণগহ্বৰে ইয়াৰ "হ'ৰাইজ'ন"ত আপতিত ক্ষুদ্ৰাংশও প্ৰতিফলিত নকৰাকৈ সকলো পোহৰ শোষণ কৰে, আৰু সেইবাবেই আৰু ইয়াক "কৃষ্ণ" নামকৰণ কৰা হৈছে। কোৱাণ্টাম বলবিজ্ঞানৰ মতে কৃষ্ণগহ্বৰেও অশূন্য উষ্ণতাত কৃষ্ণকায়ৰ দৰে শক্তি বিকিৰণ নিৰ্গত কৰিব পাৰে। এই উষ্ণতা কৃষ্ণগহ্বৰৰ ভৰৰ ব্যস্তানুপাতিক। সেইবাবেই, সূৰ্য্য়ৰ সমভৰৰ বা বেছিভৰযুক্ত তৰাৰ কৃষ্ণগহ্বৰ বিকিৰণ প্ৰত্যক্ষ কৰাটো জটিল কাৰ্য্য হৈ পৰে।