ৱিকিমেনিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
ৱিকিমেনিয়া
ৱিকিমেনিয়া logo
স্থিতি সক্ৰিয়
অৱস্থান হংকং, চীন (২০১৩)
ৱাছিংটন ডি চি, আমেৰিকা (২০১২)
হাইফা, ইজৰাইল (২০১১)
গডনস্ক, পোলেণ্ড (২০১০)
বুয়েনোচ আইৰেচ, আৰ্জেণ্টিনা (২০০৯)
আলেকজেন্দ্ৰিয়া, ইজিপ্ত (২০০৮)
টাইপেই, টাইৱান (২০০৭)
কেম্ব্ৰিজ, মাছুচেটাচ (২০০৬)
ফ্ৰেংফুট, জাৰ্মানী (২০০৫)
প্ৰথম সন্মিলন ২০০৫
আয়োজক ৱিকিমিডিয়া ফাউণ্ডেশ্যন
আধিকাৰিক ৱেবছাইট wikimania.wikimedia.org

ৱিকিমেনিয়া (ইংৰাজী: Wikimania) হৈছে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত ৱিকি প্ৰকল্পসমূহ (ষেনে ৱিকিপিডিয়া আৰু ইয়াৰ ভগ্নী প্ৰকল্পসমূহ)-ৰ ব্যৱহাৰকাৰী আৰু সদস্যসকলৰ বাবে আয়োজিত এখন বাৰ্ষিক আন্তৰাষ্ট্ৰীয় সন্মিলন। এই সন্মিলনত মূলতঃ ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ প্ৰকল্পসমূহ, অন্য ৱিকি, মুক্ত উৎসৰ ছফ্টৱেৰ, মুক্ত জ্ঞান আৰু মুক্ত সমল, আৰু এই বিষয়সমূহৰ লগত জড়িত বিভিন্ন সামাজিক আৰু কাৰিকৰী দিশবোৰৰ বিষয়ে আলোচনা কৰা হয়।

সন্মিলনসমূহ[উৎস সম্পাদনা]

ৱিকিমেনিয়া সন্মিলনসমূহ
সন্মিলন তাৰিখ স্থান মহাদেশ উপস্থিতি প্ৰেজেণ্টেচনবোৰৰ সংগ্ৰহ
ৱিকিমেনিয়া ২০০৫ ৫-৭ আগষ্ট Flag of Argentina.svg ফ্ৰেংফুট, জাৰ্মানী ইউৰোপ

   

380[1]
স্লাইড, ভিডিঅ’
ৱিকিমেনিয়া ২০০৬ ৪-৬ আগষ্ট আমেৰিকা যুক্তৰাষ্ট্ৰ কেম্ব্ৰিজ, আমেৰিকা যুক্তৰাষ্ট্ৰ উত্তৰ আমেৰিকা

   

400[2]
স্লাইড আৰু পেপাৰ, ভিডিঅ’
ৱিকিমেনিয়া ২০০৭ ৩-৪ আগষ্ট টাইৱান টাইপাই, টাইৱান এছিয়া

   

440[3]
কমন্সত গেলাৰী
ৱিকিমেনিয়া ২০০৮ ১৭-১৯ জুলাই Flag of Egypt.svg আলেকজেন্দ্ৰিয়া, ইজিপ্ত আফ্ৰিকা

   

625[উদ্ধৃতিৰ প্ৰয়োজন]
সাৰাংশ, স্লাইড,ভিডিঅ’
ৱিকিমেনিয়া 2009 ২৬-২৮ আগষ্ট Flag of Argentina.svg বুয়েনোচ আইৰেচ, আৰ্জেণ্টিনা দক্ষিণ আমেৰিকা

   

559[4]
স্লাইড, ভিডিঅ’
ৱিকিমেনিয়া ২০১০ ৯-১১ জুলাই Flag of Poland.svg গডনস্ক, পোলেণ্ড ইউৰোপ

   

about 500[5]
স্লাইড
ৱিকিমেনিয়া ২০১১ ৪-৭ আগষ্ট Flag of Israel.svg হাইফা, ইজৰাইল এছিয়া

   

720[6]
স্লাইড, ভিডিঅ’
ৱিকিমেনিয়া ২০১২ ১২-১৫ জুলাই আমেৰিকা যুক্তৰাষ্ট্ৰ ৱাছিংটন ডি চি, আমেৰিকা যুক্তৰাষ্ট্ৰ উত্তৰ আমেৰিকা
ৱিকিমেনিয়া ২০১৩ ৭-১১ আগষ্ট হংকং হংকং, চীন এছিয়া

ফটো গেলাৰী[উৎস সম্পাদনা]

তথ্যসূত্ৰ[উৎস সম্পাদনা]